Assamese Shayari - Best Assamese Shayeri for 2020: Best Assamese Shayari in Assamese and English Font: If you want to get the best Assamese shayari and share it with your friends then You are in the right place, Here We are providing Latest Collection of Assamese Shayari for Love,Hindi Love Shayari, Two Line Assamese Love Shayari, Assamese Love Sms & Assamese Love Status. , best Love Assamese Shayari, Latest Assamese Love Shayari and More. Here You get all kind off whatsapp status, quotes, Ig Captions and more in assamese language. For daily update please visit our site.

Assamese Shayari

Assamese Shayari - Best Assamese Shayari for 2020:



মোৰ হৃদয়ত তোমাৰ প্ৰতিচ্ছবি দেখুৱাব নোৱাৰিম,

মোৰ হৃদয়ত তোমাৰ স্হান দেখুৱাব নোৱাৰিম,

তুমি মোৰ বাবে কি? ইয়াতকৈ বেছি বুজাব নোৱাৰিম।



প্ৰেম ভাবি গুনি কৰা নহয়,

ই মাথো হৈ যায়,

যি কেৱল হৃদয়েহে বুজি পায় ।



Assamese Shayari
Assamese Shayari


তোমাৰ সুখৰ বাবে যদি তোমাক পাহৰি যাব লগা হয়, তেন্তে মই পাহৰিবলৈ ৰাজি আছো।

পাহৰিব হয়তো কোনো দিনেও নোৱাৰিম, কিন্তু পাহৰি থকাৰ অভিনয় কৰিব পাৰিম ঠিকেই।


মোক কোনো কাৰণ লৈ ভাল নাপাবা,

পাৰা যদি মোক মনৰ পৰা ভালপোৱা,

মই ময়েই, মোৰ তুলনা আনৰ লগত নহয়।
Assamese Shayari - Best Assamese Shayeri for 2020


জনা নাছিলো মৰহি যাব ফুলৰ কলি! ভবা নাছিলো পাহৰিবা বুলি…

এতিয়া বুজিলো কিছুমান মানুহে সাগৰক পালে নদীক পাহৰিব পাৰে।


Assamese Shayari
Assamese Shayari


কোনোৱে কয় ভালপোৱা নিচা হৈ পৰে,

কোনোৱে কয় ভালপোৱা শাস্তি হৈ পৰে,

কিন্তু যদিহে ভালপোৱা সঁচা হৃদয়েৰে হয় ,

তেন্তে ভালপোৱা জীয়াই থকাৰ কাৰণ হৈ পৰে


প্ৰেম আৰু চিগাৰেট একেই,

কাৰণ দুয়োয়ে ওঁঠত আনন্দৰ জোৱাৰ তোলে সঁচা,

কিন্তু বুকুত এসাগৰ বিষো সৃষ্টি কৰে।


জীৱনৰ বাবে প্ৰাণ জৰুৰী, লাভৰ বাবে আশা জৰুৰী,

মোৰ জীৱনত যিমানেই দুখ নাথাকক, তোমাৰ মুখত "হাঁহি" থকাতো জৰুৰী ।




Assamese Shayari
Assamese Shayari


তুমি কৈছিলা কৈছিলা তুমি

গৈ থাকোতে থাকোতে বাটত

যি দিনা মোৰ হিয়াই

পূৰ্ণতা পাব

ঠিক সেই দিনাই

মই তোমাৰ হ'ম ৷৷


Assamese Shayari
Assamese Shayari


মোৰ হৃদয়ত তোমাৰ প্ৰতিচ্ছবি দেখুৱাব নোৱাৰিম,

মোৰ হৃদয়ত তোমাৰ স্হান দেখুৱাব নোৱাৰিম,

তুমি মোৰ বাবে কি? ইয়াতকৈ বেছি বুজাব নোৱাৰিম।
Assamese Shayari - Best Assamese Shayari

যি ভাঙে সেয়া দাপোন

যি ভাঙে সেয়া দাপোন,

যি গঢ়ি উঠে সেয়াই সপোন।


Assamese Shayari - Best Assamese Shayeri for 2020


তুমি মোৰ হবা নে নোহোৱা মই নাজানোঁ

বা মোৰ ভাগ্যত আছা নে নাই তাকো নাজানোঁ

মই মাঁথো ইমানে বিছাৰো,স্মৃতিৰ কোঠালীবোৰত যেতিয়া মোৰ খিৰিকি খন খুলিবা!

মনে নিবিচৰাকৈ হাঁহি উঠিবা


Assamese Shayari
Assamese Shayari


তোৰ সৈতে মই জীৱন পাৰ কৰিবলৈ পাম নে নাপাম নাজানো,

কিন্তু তোক নাপালে যে মৰি যাম সেইটো জানো |



জীৱনটো ৰঙীন, মই উপভোগ কৰিব নাজানো, সকলোতে নিচা আছে,

মই অনুভৱ কৰিব নাজানো, মোৰ অবিহনেতো সকলোৱে থাকিব পাৰে,

একমাত্ৰ মইয়ে যি তোমাৰ অবিহনে থাকিব নোৱাৰো।


Assamese Shayari
Assamese Shayari


আকাশৰ সুন্দৰী জোনক সুধিলোঁ

"তুমি হঠাৎ ক'লৈ গ'লা?"

"ৰূপে ৰূপৱতী তোমাৰ প্ৰেয়সীক দেখি

মই লাজতে লুকালোঁ ।"



সুখী হবলৈ বিশেষ একোৰ প্ৰয়োজন নাই,

প্ৰয়োজন এনে কিছু মানুহৰ যিয়ে সঁচাই তোমাক বুজি পায় ।


পৃথিৱীৰ যিকোনো চুকত থাকিলেও

তোমাৰ মৃদুমধু প্ৰেমৰ

সুবাস বিচাৰি পাওঁ

তোমাৰ নিঃস্বাৰ্থ প্ৰেমত দিবাৰাত্রি মগন মই।
Assamese Shayari - Best Assamese Shayeri for 2020



Assamese Shayari
Assamese Shayari



:মোক কিমান ভালপোৱা?

: যি দিনা তুমি আকাশৰ তৰা গণি শেষ কৰিবা,সেইদিনা কম মই তোমাক কিমান ভাল পাওঁ।



যিবোৰ মানুহ আগুৱাই যাবলৈ চেষ্টা কৰে

তেওঁ লোকৰ ভুল হয়েই,

আৰু যিয়েই ভুল কৰিবলৈ ভয় কৰে

তেওঁলোক কেতিয়াও আগুৱাই যাব নোৱাৰে ।

Assamese Shayari
Assamese Shayari



তোমাৰ মিঠা মাত আৰু কথাবোৰত মই যিমান আন্তৰিকতা বিছাৰি পাও,

তোমাৰ গালিবোৰত মই তাতোকৈও বেছি মৰম বিছাৰি পাঁও।


এবাৰ নহয়,দুবাৰ নহয়, হাজাৰ বাৰ কাজিয়া কৰি সম্পৰ্ক ফাট মেলিলে ও

সঁচা ভালপোৱা কেতিয়াও হাৰি নাযায়,

আকৌ সম্পৰ্ক ঠিক হৈ যায়।


Assamese Shayari
Assamese Shayari


জীয়াই থাকিবলৈ তাই প্ৰেৰণা যোগালে,

সুখী হৈ থাকিবলৈ তাই প্ৰাৰ্থনা কৰিলে,

হে ভগবান, তুমি তাইক সকলো দিবা,

যিয়ে মোক তাইৰ অন্তৰত ঠাই দিলে।



আশাবাদী জীৱনটোত

বহুত সপোন আছে পূৰাবলৈ

অপেক্ষা মাথো সময়ৰ ।
Assamese Shayari
Assamese Shayari



মনৰ আকুলতাত তোমাৰ প্ৰতিচ্ছবি,

মৌন কোলাহলতো তোমাৰ শব্দ,

প্ৰাণচঞ্চলা হও অজানিতে,

উমলি -জামলি তোমাৰ বুকুতেই।
Assamese Shayari - Best Assamese Shayeri for 2020


Get More Assamese Status
(বেষ্ট অসমীয়া ষ্টেটচ্ এতিয়াই চাওঁক)

Post a Comment

Previous Post Next Post