অসমীয়া কাহিনী অবুজ পুত্ৰ 

Assamese Story (3)

Hello friends ,This is a one of the best Assamese story if you like This story Please Share with your friends. For More Assamese stories Please Follow us by your Email And Get all latest content delivered straight to your inbox. Thank You

অবুজ পুত্ৰ ✍️

বহু বছৰ আগৰ ঘটনা। কামৰূপ জিলাৰ ব্ৰহ্মপুত্ৰৰ
উত্তৰ পাৰত অৱস্থিত এখন বিখ্যাত গাঁৱত একজন ধনী
খেতিয়কে তেওঁৰ দুই পুত্ৰৰ সৈতে সুখে-সন্তোষে বাস।
কৰিছিল। খেতিয়কজন বৰ সহজ-সৰল আৰু কর্তব্যপৰায়ণ।
আছিল। খেতিয়কজনৰ সৎ আদর্শ আৰু সৎ উপদেশৰ
গুণগত গাঁৱৰ ভাল একজন খেতিয়ক আদর্শবান কৃষক ৰূপে
পরিগণিত হৈছিল। খেতিয়ক জনৰ এটাই দুঃখ আছে যে
খেতিয়কৰ পুত্র দুজন উপযুক্ত হৈ নুঠিল। দুই পুত্ৰৰ পঢ়া
শুনা, কাম-বনৰ প্রতি একেবাৰে মনােযােগ নাছিল। পিতৃৰ
কোন উপদেশে সিহঁতে গ্রহণ কৰিছিল। সিহঁতৰ চাল
চলন, মতিগতি দিনে-দিনে বেয়াৰপৰা অতি বেয়ালৈ গতি
কৰিছে। খেতিয়ক জন উপায়হীন হৈ পৰিছিল। দুর্যোগ ৰ
মুহূর্ত তেওঁক সৎ উপদেশ দিবলৈ যেন কোনো নাই।
এনেকৈ বহুদিন গ’ল। একদিন হঠাৎ খেতিয়ক মনটা এটা।
বুদ্ধি উলিয়ালে আৰু পুতেকহঁতক বৰ মৰম আৰু সাদৰেৰে
কাষলৈ মাতি আনিলে। পুতেক দুজনে পিতৃৰ কাষত
উপস্থিত হতে, খেতিয়ক সিহত দুইজনকে ভালেমান।
সৎ উপদেশ আৰু পৰামর্শ দিলে। সময় আৰু সুবিধা।
উলিয়াই খেতিয়ক দুই পুত্রক দুটি বায়ুপূর্ণ টিন ভালদৰে
ঢাকনি মাৰি দিলে। সিহঁত দুয়ােটাকে ভুলতাে টিন দুটাৰ ।
ঢাকনি দুখন নুখুলিবলৈ দঢ়াই-দঢ়াই ক'লে। খেতিয়ক ৰ



বৰপুত্র এলেহুৱা যদিও বৰ চতুৰ। সি টিন দুটাৰ ভিতৰত
কি আছে জানিব বিচাৰি। উত্তৰত খেতিয়ক টিন দুটাৰ
ভিতৰত সিহঁতৰ আয়ুসবােৰ সােমাই থকা বুলি ক'লে আৰু
ঢাকনি খুলিলে সেই আয়ুসবােৰ ওলাই যাব, যাৰ ফলত
সিহঁতৰ মৃত্যু নিশ্চিত বুলি ক'লে। খেতিয়কৰ এই কথা
শুনি বৰপুত্রই খিলখিলাই হাঁহিলে আৰু আয়ুস বা মানুহৰ
বয়স তেনেকৈ ৰখা বস্তু নহয় বুলি যুক্তিৰে বুজাই ক'লে।
পুত্ৰৰ মুখত এনে যুক্তিপূর্ণ কথা শুনি দেউতাকে কিছু সন্তোষ
অনুভৱ কৰিলে আৰু কিছু সময়ৰ বাবে নীৰৱতা অৱলম্বন
কৰিলে। এনে এক সুযােগ বিচাৰি থকা খেতিয়কে দুই
পুত্ৰক সময় আৰু ইয়াৰ সৎ প্রয়ােগ সম্পর্কে ভালদৰে
বুজাই দিলি। উপযুক্ত বয়সের আগে শিক্ষা গ্রহণ নকৰিলে,

কি অসুবিধা হয় তাকে সুন্দৰভাৱে ব্যাখ্যা কৰিলে। সময়ৰ
|| সোঁতত যে কোনাে ৰৈ নাথাকে আৰু সময়ৰ সৎ প্রয়ােগ

কৰা যে আমাৰ মহান দায়িত্ব সেই কথা খেতিয়কে দুই
পুত্ৰ ভালদৰে বুঝাই দিলে। লাহে-লাহে খেতিয়ক ৰ
পুত্রদ্বয়ে কথাবােৰ ভালদৰে উপলব্ধি কৰিলে আৰু আগলৈ
তেনে ভুল নকৰাৰ প্রতিশ্রুতি দিলে। খেতিয়কৰ বুদ্ধি আৰু
উপদেশ কামত আহে। সচাই মূর্খ পুত্র এখন ঘৰৰ
| বাবে, একোখন সমাজৰ বাবে অভিশাপস্বৰূপ। ই চিৰদিন।
| পিতৃ-মাতৃৰ অশান্তিৰ কাৰণ হৈ পৰে।

(সংগ্ৰহ: )
*This is a one of the best Assamese story if you like This story Please Share with your friends. For More Assamese stories Please Follow us.

Post a Comment

Previous Post Next Post