অসমীয়া কাহিনী ভুলৰ পৰিণাম

Assamese Story (4)

Hello friends ,This is a one of the best Assamese story if you like This story Please Share with your friends. For More Assamese stories Please Follow us by your Email And Get all latest content delivered straight to your inbox. Thank You

ভুলৰ পৰিণাম ✍️

'নন্দ' কৃষ্ণ গাওবুঢ়াৰ একমাত্র ল’ৰা আৰু গাঁওবুঢ়াৰ
ঘৰ ব্ৰহ্মপুত্ৰৰ দক্ষিণপাৰে অৱস্থিত ‘সােণপাহি' গাঁৱত।
তেওঁ পুৰণি ধনী মানুহ বাবে ঘৰখন পিতৃপুৰুষৰ সা
সম্পত্তিৰে ভৰি আছে। গাঁওবুঢ়া সামাজিক লোেক বাবে
তেওঁ দিনটোৰ বেশিভাগ সময় বাহিৰত ইটো-সিটো কৰা
পাৰ কৰে। গাঁওবুঢ়া মানুহ গতিকে কেতিয়াবা আইন
কানুনৰ সৈতেও জড়িত হৈ পৰে। মুঠতে ব্যস্ততাৰে ভৰা
তেওঁৰ জীৱনটো। নন্দই তেওঁৰ আশা-ভাৰসাৰ থল।
চাৰিজনীকৈ কন্যা সন্তানৰ পিছত নন্দ তেওঁৰ একমাত্র পুত্র
সন্তান। একমাত্র পুত্র সন্তান বাবে সি ঘৰ খনৰ আলাসৰ
লাডু। সেইকাৰণে সি ভালৰাে ভালখিনি খায় আৰু ভালৰ
ভালখিনি পিন্ধে। এনে আদৰ-যত্নৰ বাবে সি সৰুৰেপৰা
বৰ আল সুরা, বৰ আদৰুৱা হৈ পৰিল। নদীৰ যিকোনো
ইচ্ছাৰ বিৰুদ্ধে মৃত মাতিবলৈ ঘৰ খনৰ কৰা সাহস
নাছিল। সাধাৰণ কথাতেই সি ঘৰ ৰ পৰা গুচি যায়, পৰি থাকিম
ইত্যাদি ভাবুকি দিছিল। গাঁওবুঢ়াৰ পত্নী আৰু জীয়েকহঁতে
নন্দৰ কোনাে কথাতে মাত নামাতিছিল। পিতৃ কৃষ্ণ
গাওঁবুঢ়া অত্যধিক মৰমতে পুত্ৰৰ পড়াশোনা, আচাৰ
ব্যৱহাৰ, স্বভাব-চৰিত্ৰ আদিৰ প্রতি নজৰ নাৰাখিছিল আৰু
মাতাে নামাতিছিল। গাঁওবুঢ়াৰ পত্নী জবা আছিল বৰ সহজ
সৰল। স্বামী আৰু পুত্রৰ কোনাে কার্যৰ বিৰুদ্ধে মাত।
মাতিবলৈ বা চকু দিবলৈ তেওঁ ইচ্ছা প্রকাশ নকৰিছিল।
স্বামী দেৱতা যেন বাধে কৰা জবাই স্বামীর বিরুদ্ধে।
এষাৰ মাত নামাতিছিল। তাইৰ মতে, আধুনিক
বােৱাৰীসকলেহে স্বামীৰ লগত দ্বন্দ্ব-খৰিয়াল কৰে, মুখে



মুখে তর্ক কৰে, তাই এনেকুৱা স্বভাৱৰ তিৰােতাক বৰ ঘৃণা।
কৰে আৰু নিজেও তেনেকুৱা নকৰে। তাই ভাবে যে
সন্তানৰ ভাল-বেয়া প্রতি নজর রাখা স্বামী-স্ত্রী উভয়ে ।
দায়িত্ব। পুত্ৰৰ ভাল চিন্তা কৰা বা সঠিক পথলৈ ওভতাই
অনাৰ সমস্ত দায়িত্ব তাই অকলে ল’ব নােখােজে। মুঠতে
স্বামী-স্ত্রী হল এনে আচরণবিধিতে পুত্র নন্দৰ বিকাশত
হেঙাৰস্বৰূপে থিয় দিলে। বয়সৰ তুলনাত নন্দই পঢ়া-শুনাত
আগবাঢ়িব পৰা নাছিল। নন্দৰ ব্যর্থতাক লৈ শিক্ষকসকল
বৰ বিতুষ্ট আছিল। গাঁওবুঢ়াক এই বিষয়ে সোঁৱৰাই দিলেও
গাঁওবুঢ়া গুৰুত্ব নিদিয়া। তেওঁৰ মতে ছাত্ৰ-ছাত্ৰীক ভাল।
করার দায়িত্ব কেৱল শিক্ষক সকলৰ হে। বহুদিন এই কথা
লৈ গাঁওবুঢ়াই শিক্ষকসকলৰ লগত অযুক্তিকৰ তর্কযুদ্ধত
লিপ্ত হৈছে। অৱশেষত উপায়হীন হৈ নন্দৰ আশা
সীমান্তে এৰিলে শিক্ষক সকলে। একে শ্ৰেণীত ৰৈ-ৰৈ
নন্দই বিদ্যা-শিক্ষাৰ প্রতি একেবাৰে নিৰুৎসাহী হৈ উঠিছিল।
সি বাধ্য হৈহে কিতাপৰ আগত বহি থাকে আৰু বাধ্য হৈহে।
স্কুললৈ গৈছিল। অৱশেষত পৰিয়াল আৰু বিদ্যালয়ৰ
সকলের নন্দক এক সহিব নোৱাৰা বাজা বুলি ভাবিবলৈ
বাধ্য হৈছিল। অযোগ্য সন্তান পৰিয়াল আৰু অনুষ্ঠান।
বেজি সদৃশ। এনে সন্তান ৰ পৰিণাম প্ৰতিটো পৰিয়াল,
প্রতিখন সমাজ আৰু প্ৰতিখন ৰাষ্ট্ৰই ভােগ কৰিব লগা
হয়। কৃষ্ণ গাঁওবুঢ়া আৰু তেওঁৰ পত্নী জবাই কৰা ভুলৰ |
বাবে সমাজে আজি এনে ক্ষতিৰ সন্মুখীন হ'ব লগা হ'ল।
এটাকে দায়িত্বজ্ঞানহীন পিতৃ-মাতৃ সকলৰ বাবে সমাজ
সদায় ভয়াবহ পরিণাম সম্মুখীন হয়।।

(সংগ্ৰহ: )
*This is a one of the best Assamese story if you like This story Please Share with your friends. For More Assamese stories Please Follow us.

Post a Comment

Previous Post Next Post