New Assamese funny joke | assamese funny joke facebook


New Assamese funny joke | Assamese funny joke Facebook

অসমীয়া কৌতুক


চোৰৰ ঘৈণীয়েক :- আপুনি মোৰ কথা শুনিছেনে? ঘৰত একো আহাৰ নাই। দোকানলৈ যাওঁক আৰু খাদ্যবস্তু লৈ আহক।
চোৰ :- ইমান তাৰাতাৰি কিয় ? দোকানৰ চাটাৰ বন্ধ কৰিবলৈ দিয়াচোন৷ '

*******************************************************  

ৰোগী :- মোৰ মুখখন আৰু মেলি ৰাখিব নোৱাৰো। মোৰ মুখ আৰু ডিঙি সাংঘাতিকভাৱে বিষাইছে। ।
ডেণ্টিষ্ট :- ক্ষমা কৰিবা, এইক্ষেত্ৰত মই কোনো সহায় কৰিব নোৱাৰিম। মইতো মোৰ টৰ্চটো তোমাৰ মুখত অনবৰত ৰাখিব নোৱাৰো ।

******************************************************* 

ৰাহুল :- তোমাৰ ৰুমালত কোনে এই নটটো বান্ধি দিছে?
সুনীল :- মোৰ পত্নীয়ে। তাই মোক এখন চিঠি জৰুৰী পোষ্ট কৰিব দিছিল।
ৰাহুল :- তুমি চিঠিখন পোষ্ট কৰিলানে?
সুনীল :-  নাই, তাই চিঠিখন মোক দিয়াই নাই।

*******************************************************  

যাত্ৰীৰে ভৰ্তি এখন বাছত এজন মানুহে ভিতৰত সোমাব খুজিছিল, কিন্তু যাত্তবোৰে ।
তেওঁক বাহিৰলৈ ঠেলি দিলে। তেতিয়া মানুহজনে চিঞৰি ক’লে :- তোমালোকে নিজকে কি বুলি ভাবিছা ? মই এই গাড়ীখনৰ ড্ৰাইভাৰহে।

*******************************************************  

এজন লোকে নাপিতক:- তুমি কিয় মোৰ পৰা দুগুণ পইচা ল’লা ? তুমি মোৰ পৰা কমহে ল'ব লাগে, যিহেতু মোৰ বেছি চুলি নাই।
নাপিত :-  মই আপোনাৰ চুলি কটাৰ বাবে পইচা লোৱা নাই। মই এইবাবেই লৈছো যে চুলি বিচাৰোতে মোৰ বহুত পলম হৈছে।

*******************************************************

 ৰোগী :- মই মোৰ স্মৃতি শক্তি হেৰাই পেলাইছো?
 ডাক্তৰ :- এইটো কেতিয়া হৈছে? ৷
ৰোগী :-  কি কেতিয়া হৈছিল, ডাক্তৰ বাবু? 

*******************************************************

এজন দন্ত্য চিকিৎসকে এজন ল’ৰাৰ দাঁত উভালি দিয়াৰ বাবে মাকৰ পৰা ৰ ৫০০ টকা খুজিলে। 

মহিলা গৰাকীয়ে ক’লে :-  মই ভাবো ল’ৰাটোৰ দাঁত উভলাৰ বাবে খুউব বেছি ১০০ টকা ল’ব পাৰে। 
ডাক্তৰে ক’লে :- সেইটো সঁচা, কিন্তু আপোনাৰ ল’ৰাৰ চিঞৰ-বাখৰ শুনি চাৰিজন ৰোগী গুচি গ’ল।


Post a Comment

1 Comments