Assamese whatsapp status | New Assamese whatsapp status 2019

Assamese whats app status | Assamese quotes for Facebook


জীৱনটো ৰঙীন, মই উপভোগ কৰিব নাজানো, সকলোতে নিচা আছে, মই অনুভৱ কৰিব নাজানো, মোৰ অবিহনেতো সকলোৱে থাকিব পাৰে, একমাত্ৰ মইয়ে যি তোমাৰ অবিহনে থাকিব নোৱাৰো।


কিছুমান কথা কোৱাৰ আগতেই সময় শেষ হৈ যায় কিছুমান সপোন দেখাৰ আগতেই টোপনি ভাগি যায় আৰু কিছুমান মানুহ আপোন হোৱাৰ আগতেই বহুত দূৰ হৈ যায়


তুমি মোক ভাল পোৱানে নোপোৱা সেয়া মোৰ বিষয় নহয়, তোমাক মই ভালপাওঁ সেয়াই মোৰ আনন্দ।


জীৱনৰ বাবে প্ৰাণ জৰুৰী, লাভৰ বাবে আশা জৰুৰী, মোৰ জীৱনত যিমানেই দুখ নাথাকক, তোমাৰ মুখত "হাঁহি" থকাতো জৰুৰী ।


আবেগৰ বশৱৰ্তী হৈ কাৰোবাক বিশ্বাস ঘটকতা কৰি কষ্ট দিয়াতকৈ, নিজৰ ভুল উপলব্ধি কৰা বিশ্বাসঘাত জনৰ কষ্ট বহুত বেছি ।


হৃদয়লৈ প্ৰৱেশৰ পথ আছে … কিন্তু হৃদয়ৰ পৰা ওলাই যোৱাৰ পথ নাই সেইবাবেই চাগে যিজনেই যায় সেইজনেই হৃদয় ভাঙি থৈ যায়।


মোৰ হৃদয়ত তোমাৰ প্ৰতিচ্ছবি দেখুৱাব নোৱাৰিম, মোৰ হৃদয়ত তোমাৰ স্হান দেখুৱাব নোৱাৰিম, তুমি মোৰ বাবে কি? ইয়াতকৈ বেছি বুজাব নোৱাৰিম।


এইমাত্ৰ মোৰ হৃদয়খনত হোৱা কঁপনিৰ বেঠা তোমাক কেনেকৈ দেখুৱাওঁ, হৃদয় কোনোবা এটা কোণত হোৱা আঘাটৰ চিন তোমাক কেনেকৈ দেখুৱাওঁ, চকুৰ লোতকত জানো মোৰ হৃদয়ত থকা তোমাৰ ছবি মঁচ খাই যাব, অসুস্হ হৃদয়ৰ থৰথৰণিত চকুৰ লোতক নোলাবই বা কিয়, মোৰ হৃদয়ত তোমাৰ স্হান কি, তোমাক কেনেকৈ দেখুৱাওঁ?

Assamese whats app quotes


কেতিয়াও নুসুধিবা মোক মি তোমাক কিমান ভাল পাওঁ? মাথো জানিবা.. তুমি যিমান অনুভৱ কৰিব পাৰিছা তাৎকৈ বহুত বেছি মই তোমাক ভালপাওঁ, আৰু যিটো তুমি অনুভৱ কৰিব নোৱাৰিবা না মই বুজাৱ পাৰিম!



তাই নাহে, তাইৰ প্ৰমাণ পঠিয়াই দিয়ে, সপোনৰ কাৰেংঘৰত অতীত পঠিয়াই দিয়ে, কিমান মিঠা তাইৰ সেই অনুভৱৰ লেখ, কেতিয়াবা দুচকুত চকুলো পঠিয়াই দিয়ে।



প্ৰেম কৰি প্ৰতিদান দিম এইটো আৱশ্যক নহয়… তোমালৈ মনত পৰিলে তোমাক কৈ দিম এইটোও আৱশ্যক নহয়, কন্দাজনে তো হৃদয়েৰেই কান্দে দুচকু যেচকুলোৰে বোৱাবই লাগিব সেইটোও আৱশ্যক নহয়।


প্ৰেম এ এক মাত্ৰ এনেকুৱা বস্তু যত সকলো ভাল লাগে…. সুখ ও ভাল লাগে দুঃখ ও ভাল লাগে! হাহিঁ ও ভাল লাগে কান্দিও ভাল লাগে…. যিতু প্ৰেমত নপৰা জনে কতিয়াও অনুভৱ কৰিব নোৱাৰে।


নিৰৱ জীৱনৰ মুহূৰ্তত মোকো মনত পেলাবা কেতিয়াবা, সংগোপনে অহা সপোনত মোৰো ছবি বনাবা কেতিয়াবা, মই যেতিয়া সুধিম "তোমাৰ মনৰ খবৰ"ৰ কথা কেতিয়াবা, তোমাৰ হৃদয়ৰ স্পন্দন মোকো শুনাবা কেতিয়াবা ।



প্ৰকৃততে সেইসকলেহে প্ৰেমৰ কোমাল অনুভুতি বোৰক অনুভৱ কৰিব পাৰে, যিসকলে প্ৰেমৰ কোনো প্ৰতিদান নিবিছাৰেকেৱল মাথো ভাল পাব হে জানে…….


"Love Card" ত মোৰ নাম লিখি লোৱা, প্ৰেমবোৰ আগুৱাই লৈ যোৱা, "Always" ৰ বাবে মোক "Heart" ত লুকুৱাই লোৱা, আৰু মোক তোমাৰ "Boyfriend" বনাই লোৱা।


মই তোমাক খুব খুব ভালপাব বিচাৰো আৰু তাৰ বিনিময়ত মোক তোমাৰ পৰা একোকেই নালাগে । মাথো বিচাৰো তোমাৰ হৃদয়খনত ক্ষুদ্র এটি স্থান য'ত মই থাকি গোটেই জীৱন তোমাক ভালপাই যাব পাৰো।


মই সদায় তোমাৰ হব বিচাৰো কিন্ত ভগবানে জানু আমাক এই পথে আগবাঢ়িবলৈ দিব। তথাপিতু মই ভাবো যদি ধুমোহা আহে হাতে হাতে ধৰিম, যদি বৰষুণ আহেএকেলগে তিতিম, আৰু যদি দুখ আহে একেলগে কান্দিম।


ভালপোৱা মানে সন্মান, শ্রদ্ধা, বিশ্বাস, আৰু এবুকু মৰম যদি কাৰোবাক ভাল পোৱা তেতিয়াহলে মন প্ৰাণ দি ভাল পাবা


কেতিয়াবা প্ৰেমত দুয়োজনৰ মাজত বুজা বুজি নাথাকে যাৰ বাবে কোনো এজনে বহু কষ্ট পাই তেনে হলে এজনে আনজনৰ পৰা আতৰি থকাই ভাল,আপোনাৰ নিজৰ বাবে


মোৰ হৃদয়ত তোমাৰ প্ৰতিচ্ছবি দেখুৱাব নোৱাৰিম, মোৰ হৃদয়ত তোমাৰ স্হান দেখুৱাব নোৱাৰিম, তুমি মোৰ বাবে কি? ইয়াতকৈ বেছি বুজাব নোৱাৰিম।



জীৱনটো ৰঙীন, মই উপভোগ কৰিব নাজানো, সকলোতে নিচা আছে, মই অনুভৱ কৰিব নাজানো, মোৰ অবিহনেতো সকলোৱে থাকিব পাৰে, একমাত্ৰ মইয়ে যি তোমাৰ অবিহনে থাকিব নোৱাৰো।


যদি কোনো নাই ভাল পাবলৈ তেন্তে তুমি নিজকে ভাল পাবলৈ শিকা। কাৰণ জীৱন এটাই



কিনো দিম প্রতিদান তোমালোকৰ মৰমৰ কি ভাবে কৰিম মই এই মৰমৰ বর্ণনা এয়ে শেই মৰমৰ স্মৃতি ৰচনা। স্মৃতিৰ বন্তি গছ জ্বলি জ্বলি সেহ হৈ গৈছে, তথাপিও কাৰোবাৰ চকুত জীয়াই আছে তোমালোকৰ সেই সুন্দৰ চকুজুৰী, আছে বাট চাই জীবনৰ ভৰসাক লৈ॥


জীয়াই থাকিবলৈ তাই প্ৰেৰণা যোগালে, সুখী হৈ থাকিবলৈ তাই প্ৰাৰ্থনা কৰিলে, হে ভগবান, তুমি তাইক সকলো দিবা, যিয়ে মোক তাইৰ অন্তৰত ঠাই দিলে।


এবাৰ মাথোঁ মোৰ মনৰ কিতাপখন মেলি চোৱা, প্ৰথম পৃষ্ঠাৰ পৰা শেষলৈ কেৱল তুমি,তুমি আৰু তোমাৰ নামেই পাবা ।


যদি কেনেবাকৈ গম পালোহেঁতেন ৰাতি তুমি আহিবা সংগোপনে মোৰ সপোনলৈ, মা কচম্, গোটেই শিতালিত সুগন্ধিৰ গোলাপ সজায় ৰাখিলোহেঁতেন, তোমাৰ বাবে ।


ভাল লাগে তোমাৰ নাম, মোৰ লগত । যেন কোনোবাটো ৰাতিপুৱা, সাঙোৰ খায় থাকে, এক ৰঙীন সন্ধিয়াৰ লগত ।


নিৰৱ জীৱনৰ মুহূৰ্তত মোকো মনত পেলাবা কেতিয়াবা, সংগোপনে অহা সপোনত মোৰো ছবি বনাবা কেতিয়াবা, মই যেতিয়া সুধিম "তোমাৰ মনৰ খবৰ"ৰ কথা কেতিয়াবা, তোমাৰ হৃদয়ৰ স্পন্দন মোকো শুনাবা কেতিয়াবা ।

Post a Comment

0 Comments